
খুশৱন্ত সিং- উইথ মেলিছ টুৱাৰ্ডছ ৱান এণ্ড অলৰ স্ৰষ্টাজন
(খুশৱন্ত সিঙৰ মৃত্যুৰ পাছতে ২০১৪ চনৰ ১৬-৩০ এপ্ৰিল সংখ্যা প্ৰান্তিকত প্ৰকাশিত।) খুশৱন্ত সিং মোৰ বাবে পৰম আশ্বৰ্যকৰ ব্যক্তি, যি দুই দশকৰো অধিক সময় মোক একেধাৰে তেখেতৰ চমকপ্ৰদ লেখাৰে বিমুগ্ধ কৰি ৰাখিব পাৰিছে৷ নিৰ্ভৰযোগ্য তথ্য, বলিষ্ঠ যুক্তি, নিমোৰ্হ বিশ্লেষণ, অভিসন্ধিহীন তীৰ্যক কটাক্ষ, উপযুক্ত পৰিমানৰ হাস্যৰস আৰু ব্যংগ (Sarcastic, খুশৱন্ত সিং মোৰ বাবে পৰম আশ্বৰ্যকৰ ব্যক্তি, যি


